Search

Monday, November 4, 2019

indian history 1

১) গুপ্ত বংশৰ প্ৰথম শাসক কোন?
  ক) শ্ৰীগুপ্ত
  খ) চন্দ্ৰগুপ্ত
  গ) অশোক
  ঘ) কুমাৰগুপ্ত
উঃ  ক) শ্ৰীগুপ্ত

২) ভাৰতত প্ৰথম সোণৰ মুদ্ৰা কোনে প্ৰচলন কৰিছিল?
  ক) মৌৰ্য সকলে
  খ) গুপ্ত সকলে
  গ) কুষাণ সকলে
  ঘ) ইন্দু গ্ৰীক সকলে
উঃ ঘ) ইন্দু গ্ৰীক সকলে

৩) অৰ্থশাস্ত্ৰৰ  লেখক কোন?
  ক) মেগাস্থিনিচ
  খ) কোটিল্য
  গ) বিশাখাদত্ত
  ঘ) হেৰ'ডটাচ
উঃ খ) কোটিল্য

৪) ইবন বটুটা কাৰ শাসন কালত ভাৰতলৈ আহিছিল?
  ক) ইলটুটমিছ
  খ) আলাউদ্দিন খিলজি
  গ) চিকন্দৰ লোডী
  ঘ) মহম্মদ-বিন-টোগলক
উঃ ঘ) মহম্মদ-বিন-টোগলক

৫) লোডী বংশৰ প্ৰতিষ্ঠাপক কোন?
  ক) ইব্ৰাহীম লোডী
  খ) বাহলোল লোডী
  গ) খিজিৰ খান
  ঘ) চিকন্দৰ লোডী
উঃ খ) বাহলোল লোডী

৬) হুমায়ুন নামা কোনে লিখিছিল?
  ক) আবুল ফজল
  খ) গুলবদন বেগম
  গ) চানক্য
  ঘ) হুমায়ুন
উঃ খ) গুলবদন বেগম

৭) নালন্দা বিশ্ববিদ্যালয় ক'ত অৱস্থিত?
  ক) বেংগল
  খ) বিহাৰ
  গ) উৰিষ্যা
  ঘ) উত্তৰ প্ৰদেশ
উঃ খ) বিহাৰ

৮) 'ইণ্ডিকা' ৰ ৰচক কোন?
   ক) চানক্য
   খ) মেগাস্থিনিচ
   গ) বিশাখাদত্ত
   ঘ) এলবেৰুণী
উঃ খ) মেগাস্থিনিচ

৯) দাস বংশৰ প্ৰথম শাসক কোন?
  ক) কুটুবুদ্দিন আইবাক
  খ) ইলটুটমিচ
  গ) ৰেজিয়া
  ঘ) বলবন
উঃ ক) কুটুবুদ্দিন আইবাক

১০) মগধৰ প্ৰথম ৰাজধানী কি আছিল?
   ক) পাতলীপুত্ৰ
   খ) বৈশালী
   গ) ৰাজগীড়
   ঘ) চম্পা
উঃ গ) ৰাজগীড়

Share This Post →

Copyright (c) 2020 axomiyagk All Right Reserved

Powered By Blogger |   Design By Seo Blogger Templates Published.. Blogger Templates
DMCA.com