১) কাৰেং ঘৰ আৰু তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল?
ক) ৰুদ্ৰ সিংহ
খ) গদাধৰ সিংহ
গ) চক্ৰধ্বজ সিংহ
ঘ) ৰাজেশ্বৰ সিংহ
উঃ ঘ) ৰাজেশ্বৰ সিংহ
২) অসমত প্ৰথম মানৰ আক্ৰমণ কিমান চনত হৈছিল?
ক) ১৮১৬
খ) ১৮১৯
গ) ১৮২২
ঘ) ১৮২৬
উঃ ক) ১৮১৬
৩) শকুন্তলা কাব্য কোনে ৰচনা কৰিছিল?
ক) সুকুমাৰ বৰকাইঠ
খ) অনন্ত আচাৰ্য
গ) কবিৰাজ চক্ৰবৰ্তী
ঘ) মাধৱ কন্দলী
উঃ গ) কবিৰাজ চক্ৰবৰ্তী
৪) অসমত প্ৰথম চাহৰ আৱিস্কাৰ কোনে কৰিছিল?
ক) মনিৰাম দেৱান
খ) ৰবাৰ্ট ব্ৰুচ
গ) দেৱিদ স্কট
ঘ) ৰাদাৰফৰ্দ
উঃ খ) ৰবাৰ্ট ব্ৰুচ
৫) অসমত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথমটো বিদ্ৰোহ কিমান চনত আৰম্ভ হৈছিল?
ক) ১৮২৬
খ) ১৮২৭
গ) ১৮২৮
ঘ) ১৮২৯
উঃ গ) ১৮২৮
৬) ফুলগুৰিৰ কৃষক বিদ্ৰোহ কিমান চনত হৈছিল?
ক) ১৮৬১
খ) ১৮৯২
গ) ১৮৫৮
ঘ) ১৮২৮
উঃ ক) ১৮৬১
৭) অসম প্ৰদেশ কংগ্ৰেছ কমিটি কিমান চনত গঠন হৈছিল?
ক) ১৯১৯
খ) ১৯২০
গ) ১৯২১
ঘ) ১৯২২
উঃ গ) ১৯২১
৮) আহোম সাম্ৰাজ্যৰ দিনত মুদ্ৰাৰ আকৃতি কেনেধৰণৰ আছিল?
ক) বৃত্তাকাৰ
খ) আয়তাকাৰ
গ) বৰ্গকাৰ
ঘ) অষ্টভূজাকৃতি
উঃ ঘ) অষ্টভূজাকৃতি
৯) শিৱ দৌল কোন গৰাকী ৰাণীয়ে নিৰ্মাণ কৰিছিল?
ক) ফুলেশ্বৰী
খ) অম্বিকা
গ) মুলাগাভৰু
ঘ) কুৰংগ নয়নী
উঃ খ) অম্বিকা
১০) মহাৰাজাধিৰাজ উপাধি কোনে গ্ৰহণ কৰিছিল?
ক) পুষ্যবৰ্মন
খ) নৰকাসুৰ
গ) চুকাফা
ঘ) ৰুদ্ৰ সিংহ
উঃ ক) পুষ্যবৰ্মন