১) পিয়লি ফুকনক কিমান তাৰিখে ফাঁচী দিয়া হৈছিল ?
ক) ২৬ জুন, ১৮৩০
খ) ২৬ জুলাই, ১৮৩০
গ) ২৬ আগষ্ট, ১৮৩০
ঘ) ২৬ ছেপ্তেম্বৰ, ১৮৩০
উঃ খ) ২৬ জুলাই, ১৮৩০
২) ৰঘুদেৱ কাৰ পুত্ৰ আছিল ?
ক) বিশ্ব সিংহ
খ) নৰনাৰায়ণ
গ) হৰি মণ্ডল
ঘ) চিলাৰায়
উঃ ঘ) চিলাৰায়
৩) আহোমৰ বৰফুকন পদটো কোনে সৃষ্টি কৰিছিল?
ক) চুকাফা
খ) চুহুংমুং
গ) ৰুদ্ৰ সিংহ
ঘ) প্ৰতাপ সিংহ
উঃ ঘ) প্ৰতাপ সিংহ
৪) কুৰংগনয়নীক কোনে বিয়া কৰাইছিল ?
ক) লক্ষ্মী সিংহ
খ) ৰাজেশ্বৰ সিংহ
গ) গৌৰীনাথ সিংহ
ঘ) কমলেশ্বৰ সিংহ
উঃ খ) ৰাজেশ্বৰ সিংহ
৫) অসমলৈ মান সকলক কোনে আমন্ত্ৰণ কৰিছিল ?
ক) বদনচন্দ্ৰ বৰফুকন
খ) কীৰ্তিচন্দ্ৰ বৰুৱা
গ) লালুকসোলা বৰফুকন
ঘ) লাচিত বৰফুকন
উঃ ক) বদনচন্দ্ৰ বৰফুকন
৬) কেপ্তেইন ৱেলছ কিমান চনত অসমলৈ আহিছিল?
ক) ১৫৯২
খ) ১৬৯২
গ) ১৭৯২
ঘ) ১৮৯২
উঃ গ) ১৭৯২
৭) মিৰ জুমলাৰ অসম আক্ৰমণৰ সময়ত আহোমৰ ৰজা কোন আছিল ?
ক) চক্ৰধ্বজ সিংহ
খ) গৌৰীনাথ সিংহ
গ) জয়ধ্বজ সিংহ
ঘ) প্ৰতাপ সিংহ
উঃ গ) জয়ধ্বজ সিংহ
৮) নামদাঙৰ শিলৰ সাকো কোনে নিৰ্মাণ কৰিছিল ?
ক) গদাধৰ সিংহ
খ) ৰুদ্ৰ সিংহ
গ) শিৱ সিংহ
ঘ) ৰাজেশ্বৰ সিংহ
উঃ খ) ৰুদ্ৰ সিংহ
৯) দন্দুৱা দ্ৰোহ কাৰ নেতৃত্বত সংঘটিত হৈছিল ?
ক) হৰ দত্ত আৰু বীৰ দত্ত
খ) মণিৰাম দেৱান
গ) গোমধৰ কোঁৱৰ
ঘ) পিয়লি ফুকন
উঃ ক) হৰ দত্ত আৰু বীৰ দত্ত
১০) ' কুমাৰ ৰজা' উপাধি কোন জন ৰজাক প্ৰদান কৰা হৈছিল ?
ক) ভগদত্ত
খ) পুষ্যবৰ্মণ
গ) নৰকাসুৰ
ঘ) ভাস্কৰ বৰ্মণ
উঃ ঘ) ভাস্কৰ বৰ্মণ
ক) ২৬ জুন, ১৮৩০
খ) ২৬ জুলাই, ১৮৩০
গ) ২৬ আগষ্ট, ১৮৩০
ঘ) ২৬ ছেপ্তেম্বৰ, ১৮৩০
উঃ খ) ২৬ জুলাই, ১৮৩০
২) ৰঘুদেৱ কাৰ পুত্ৰ আছিল ?
ক) বিশ্ব সিংহ
খ) নৰনাৰায়ণ
গ) হৰি মণ্ডল
ঘ) চিলাৰায়
উঃ ঘ) চিলাৰায়
৩) আহোমৰ বৰফুকন পদটো কোনে সৃষ্টি কৰিছিল?
ক) চুকাফা
খ) চুহুংমুং
গ) ৰুদ্ৰ সিংহ
ঘ) প্ৰতাপ সিংহ
উঃ ঘ) প্ৰতাপ সিংহ
৪) কুৰংগনয়নীক কোনে বিয়া কৰাইছিল ?
ক) লক্ষ্মী সিংহ
খ) ৰাজেশ্বৰ সিংহ
গ) গৌৰীনাথ সিংহ
ঘ) কমলেশ্বৰ সিংহ
উঃ খ) ৰাজেশ্বৰ সিংহ
৫) অসমলৈ মান সকলক কোনে আমন্ত্ৰণ কৰিছিল ?
ক) বদনচন্দ্ৰ বৰফুকন
খ) কীৰ্তিচন্দ্ৰ বৰুৱা
গ) লালুকসোলা বৰফুকন
ঘ) লাচিত বৰফুকন
উঃ ক) বদনচন্দ্ৰ বৰফুকন
৬) কেপ্তেইন ৱেলছ কিমান চনত অসমলৈ আহিছিল?
ক) ১৫৯২
খ) ১৬৯২
গ) ১৭৯২
ঘ) ১৮৯২
উঃ গ) ১৭৯২
৭) মিৰ জুমলাৰ অসম আক্ৰমণৰ সময়ত আহোমৰ ৰজা কোন আছিল ?
ক) চক্ৰধ্বজ সিংহ
খ) গৌৰীনাথ সিংহ
গ) জয়ধ্বজ সিংহ
ঘ) প্ৰতাপ সিংহ
উঃ গ) জয়ধ্বজ সিংহ
৮) নামদাঙৰ শিলৰ সাকো কোনে নিৰ্মাণ কৰিছিল ?
ক) গদাধৰ সিংহ
খ) ৰুদ্ৰ সিংহ
গ) শিৱ সিংহ
ঘ) ৰাজেশ্বৰ সিংহ
উঃ খ) ৰুদ্ৰ সিংহ
৯) দন্দুৱা দ্ৰোহ কাৰ নেতৃত্বত সংঘটিত হৈছিল ?
ক) হৰ দত্ত আৰু বীৰ দত্ত
খ) মণিৰাম দেৱান
গ) গোমধৰ কোঁৱৰ
ঘ) পিয়লি ফুকন
উঃ ক) হৰ দত্ত আৰু বীৰ দত্ত
১০) ' কুমাৰ ৰজা' উপাধি কোন জন ৰজাক প্ৰদান কৰা হৈছিল ?
ক) ভগদত্ত
খ) পুষ্যবৰ্মণ
গ) নৰকাসুৰ
ঘ) ভাস্কৰ বৰ্মণ
উঃ ঘ) ভাস্কৰ বৰ্মণ