Search

Wednesday, November 6, 2019

Indian history 5

১) শুংগ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল?
উঃ পুষ্যমিত্ৰ শুংগ।

২) কোন মৌৰ্য ৰজাক ৰাজৰ্ষি বুলি কোৱা হয়?
উঃ অশোক।

৩) কুষাণ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা জনৰ নাম কি?
উঃ কনিষ্ক।

৪) 'বৃহৎ সংহিতা' কোনে ৰচনা কৰিছিল?
উঃ বৰাহ মিহিৰ।

৫) বৰ্ধন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল?
উঃ প্ৰভাকৰ বৰ্ধন।

৬) খনুৱা যুদ্ধ কিমান চনত হৈছিল?
উঃ ১৫২৭।

৭) মনচবদাৰী প্ৰথা কোনে প্ৰচলন কৰিছিল?
উঃ আকবৰ।

৮) সিন্ধু সভ্যতাৰ বিখ্যাত নগৰ দুখনৰ নাম কি?
উঃ মহেঞ্জদাৰো আৰু হৰপ্পা।

৯) খিলিজি বংশ কোনে প্ৰতিষ্ঠা কৰিছিল?
উঃ জালালুদ্দিন খিলিজি।

১০) বংগ দেশৰ শেষ স্বাধীন নবাব জনৰ নাম কি?
উঃ চিৰাজউদ্দৌল্লা।

Share This Post →

Copyright (c) 2020 axomiyagk All Right Reserved

Powered By Blogger |   Design By Seo Blogger Templates Published.. Blogger Templates
DMCA.com