Search

Wednesday, November 6, 2019

Assam history 6

১) বৰপাত্ৰ গোঁ‌হাই পদবী কোনে সৃষ্টি কৰিছিল?
  ক) চুকাফা
  খ) চুচেংফা
  গ) চুহুংমুং
  ঘ) চুটুফা
উঃ গ) চুহুংমুং

২) শৰাইঘাটৰ যুদ্ধত মোগল সেনাক কোনে নেতৃত্ব দিছিল?
  ক) মিৰ জুমলা
  খ) গিয়াছুদ্দিন অলিয়া
  গ) অস্কাৰ খান
  ঘ) ৰাম সিংহ
উঃ ঘ) ৰাম সিংহ

৩) হৰ্ষবৰ্ধনৰ সমসাময়িক অসমীয়া ৰজা কোন আছিল?
  ক) ভাস্কৰ বৰ্মন
  খ) নৰকাসুৰ
  গ) গদাপানি
  ঘ) ভগদত্ত
উঃ  ক) ভাস্কৰ বৰ্মন

৪) ঘিলাধাৰী ঘাটৰ চুক্তি কিমান চনত স্বাক্ষৰ কৰা হৈছিল?
  ক) ১৬৬১
  খ) ১৬৬৩
  গ) ১৬৬৫
  ঘ) ১৬৬৭
উঃ খ) ১৬৬৩

৫) কছাৰী ৰাজ্যৰ শেষ ৰাজধানী কি আছিল?
  ক) ডিমাপুৰ
  খ) মাইবং
  গ) খাচপুৰ
  ঘ) শদিয়া
উঃ গ) খাচপুৰ

৬) কোনজন ৰজাৰ ৰাজত্ব কালত হস্তী বিদ্যাৰ্ণব লিখা হৈছিল?
  ক) প্ৰতাপ সিংহ
  খ) গৌৰীনাথ সিংহ
  গ) ৰাজেশ্বৰ সিংহ
  ঘ) শিৱ সিংহ
উঃ  ঘ) শিৱ সিংহ

৭) কোনজন ৰজাৰ শাসন কালত নৱগ্ৰহ মন্দিৰ নিৰ্মাণ কৰা হৈছিল?
  ক) ৰাজেশ্বৰ সিংহ
  খ) কমলেশ্বৰ সিংহ
  গ) ৰুদ্ৰ সিংহ
  ঘ) প্ৰমত্ত সিংহ
উঃ   ক) ৰাজেশ্বৰ সিংহ

৮) প্ৰতাপ সিংহৰ আন এটা নাম কি?
  ক) বুঢ়া ৰজা
  খ) ভগা ৰজা
  গ) ভগনীয়া ৰজা
  ঘ) ল'ৰা ৰজা
উঃ   ক) বুঢ়া ৰজা

৯) নৰিয়া ৰজা বুলি কাক কোৱা হয়?
  ক) চুটুফা
  খ) চুপাটফা
  গ) চুত্যিনফা
  ঘ) চুলিকফা
উঃ গ) চুত্যিনফা

১০) আহোম সকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল?
    ক) ৪০০
    খ) ৫০০
    গ) ৬০০
    ঘ) ৭০০
উঃ গ) ৬০০

  

Share This Post →

Copyright (c) 2020 axomiyagk All Right Reserved

Powered By Blogger |   Design By Seo Blogger Templates Published.. Blogger Templates
DMCA.com