Search

Wednesday, November 20, 2019

general knowledge

১) প্ৰথম অসমীয়া অভিধান খন কোনে ৰচিত আৰু প্ৰকাশিত কৰিছিল ?
উঃ মাইলছ ব্ৰনছন ।

২) প্ৰথম অসমীয়া গদ্য সংকলন 'কথা গীতাৰ' ৰচক কোন ?
উঃ ভট্টদেৱ  ।

৩) অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম অভিধান খনৰ নাম কি ?
উঃ চন্দ্ৰকান্ত অভিধান ।

৪) প্ৰথম অসমীয়া উপন্যাস খনৰ নাম কি ?
উঃ ভানুমতী ।

৫) পদ্মাপুৰাণ গ্ৰন্থ খন কোনে ৰচনা কৰিছিল ?
উঃ সুকবি নাৰায়ণদেৱ ।

৬) 'অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ব' কোনে ৰচনা কৰিছিল ?
উঃ কালিৰাম মেধি ।

৭) 'বাঁ‌হী'ৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল ?
উঃ লক্ষ্মীনাথ বেজবৰুৱা ।

৮) লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ কবিতা পুথিৰ নাম কি ?
উঃ কদমকলি ।

৯) নিৰ্মল প্ৰভা বৰদলৈয়ে ৰচনা কৰা একমাত্ৰ উপন্যাস খনৰ নাম কি ?
উঃ জলপদ্ম ।

১০) প্ৰতিমাৰ কবি বুলি কাক আখ্যা দিয়া হয় ?
উঃ চন্দ্ৰকুমাৰ আগৰৱালা ।

Share This Post →

Copyright (c) 2020 axomiyagk All Right Reserved

Powered By Blogger |   Design By Seo Blogger Templates Published.. Blogger Templates
DMCA.com