Search

Friday, November 8, 2019

general knowledge part7

১) অসমৰ কোন খন ঠাই কাঁ‌হ শিল্পৰ বাবে বিখ্যাত?
  ক) হাজো
  খ) শুৱালকুচি
  গ) সৰ্থেবাৰী
  ঘ) টংলা
উঃ   গ) সৰ্থেবাৰী

২) অসমৰ লুইত কোঁ‌ৱৰ বুলি কাক কোৱা হয়?
  ক) ৰুদ্ৰ বৰুৱা
  খ) লক্ষ্মীনাথ বেজবৰুৱা
  গ) ফনী শৰ্মা
  ঘ) জ্যোতিপ্ৰসাদ আগৰৱালা
উঃ  ক) ৰুদ্ৰ বৰুৱা

৩) অসমৰ প্ৰথমটো তেল শোধনাগাৰ ক'ত আছে?
  ক) নুমলীগড়
  খ) নুনমাটি
  গ) ডুলিয়াজান
  ঘ) ডিগবৈ
উঃ ঘ) ডিগবৈ

৪) শ্ৰীসূৰ্য পাহাৰ ক'ত অৱস্থিত?
  ক) গোলাঘাট
  খ) গোৱালপাৰা
  গ) নলবাৰী
  ঘ) বাকসা
উঃ খ) গোৱালপাৰা

৫) গুৱাহাটী উচ্চ ন্যায়লয়ৰ প্ৰথম অসমীয়া মূখ্য ন্যায়ধীশ কোন আছিল?
  ক) এস কে দত্ত
  খ) হলিৰাম ডেকা
  গ) এম চি পাঠক
  ঘ) চি পি চিনহা
উঃ খ) হলিৰাম ডেকা

৬) লাচিত বৰফুকন মৈদাম ক'ত আছে?
  ক) গুৱাহাটী
  খ) ডিব্ৰুগড়
  গ) শিৱসাগৰ
  ঘ) যোৰহাট
উঃ   ঘ) যোৰহাট

৭) অসমৰ কোন খন জিলাক সত্ৰ নগৰী বুলি কোৱা হয়?
  ক) শিৱসাগৰ
  খ) ডিব্ৰুগড়
  গ) মাজুলী
  ঘ) যোৰহাট
উঃ গ) মাজুলী

৮) অসমীয়া সাহিত্যৰ কাক ভাঙনি কোঁ‌ৱৰ বুলি জনা যায়?
 ক) চন্দ্ৰ কুমাৰ আগৰৱালা
 খ) লক্ষ্মীনাথ বেজবৰুৱা
 গ) আনন্দ চন্দ্ৰ আগৰৱালা
 ঘ) ৰঘুনাথ চৌধাৰী
উঃ গ) আনন্দ চন্দ্ৰ আগৰৱালা

৯) টুংখুঙীয়া বুৰঞ্জী কোনে লিখিছিল?
  ক) হেমচন্দ্ৰ গোস্বামী
  খ) শ্ৰীনাথ বৰবৰুৱা
  গ) কাশীনাথ তামুলী ফুকন
  ঘ) গোলাপ চন্দ্ৰ বৰুৱা
উঃ খ) শ্ৰীনাথ বৰবৰুৱা

১০) অসম ৰাজ্যিক সংগ্ৰহালয় কিমান চনত স্থাপন কৰা হৈছিল?
  ক) ১৯৪০
  খ) ১৯৪৫
  গ) ১৯৫০
  ঘ) ১৯৫৬
উঃ  ক) ১৯৪০

Share This Post →

Copyright (c) 2020 axomiyagk All Right Reserved

Powered By Blogger |   Design By Seo Blogger Templates Published.. Blogger Templates
DMCA.com