১) ভাৰতৰ প্ৰথম বাতৰি কাকত খনৰ নাম কি?
উঃ বেঙ্গল গেজেট ।
২) ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়?
উঃ সমুদ্ৰগুপ্ত।
৩) দাদা চাহেব ফাল্কে বঁটা লাভ কৰা অসমীয়া জনৰ নাম কি?
উঃ ড° ভূপেন হাজৰিকা।
৪) ভাৰত আৰু চীনৰ মাজত থকা সীমা ৰেখা ডালক কি নামেৰে জনা যায়?
উঃ মেকমোহন লাইন
৫) ভাৰত আৰু পাকিস্তানৰ মাজত থকা সীমা ৰেখা ডালক কি নামেৰে জনা যায়?
উঃ ৰেডক্লিফ লাইন।
৬) কৰ্বেট ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত?
উঃ উত্তৰাখণ্ড ।
৭) এভাৰেষ্ট শৃঙ্গত আৰোহণ কৰা প্ৰথম ভাৰতীয় মহিলা গৰাকীৰ নাম কি?
উঃ বাচেন্দ্ৰী পাল।
৮) জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া জনৰ নাম কি?
উঃ ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।
৯) 'অভিজ্ঞানম শকুন্তলম' গ্ৰন্থ খন কোনে প্ৰণয়ন কৰিছিল?
উঃ কালিদাস
১০) কানাই বৰশীবোৱা শিলালিপি ক'ত আছে?
উঃ উত্তৰ গুৱাহাটী।