Search

Tuesday, November 5, 2019

Assam history 5

১) তুৰ্বক সেনাপতিৰ লগত যুঁজ কৰা আহোম মহিলা গৰাকীৰ নাম কি?
উঃ মূলাগাভৰু

২) কোনজন আহোম ৰজাক ভগা ৰজা নামেৰে জনা যায়?
উঃ চুৰামফা

৩)  কোনজন আহোম ৰজাক ল'ৰা ৰজা নামেৰে জনা যায়?
উঃ চুলিকফা

৪) কোনজন ৰজাৰ দিনৰ পৰা আহোমৰ ৰাজধানী ৰংপুৰ কৰা হয়?
উঃ ৰুদ্ৰ সিংহ

৫) কোনজন ৰজাক গড়গঞা  ৰজা নামেৰে জনা যায়?
উঃ চুক্লেংমুং

৬) আহোম সকল কোন জনগোষ্ঠীৰ লোক আছিল?
উঃ টাই

৭) বুৰঞ্জীৰ মতে চুকাফাই লগত কিমান মানুহ আনিছিল?
উঃ ন হাজাৰ

৮) কোন জন আহোম ৰজাৰ দিনত লোক পিয়ল প্ৰথা আৰম্ভ হৈছিল?
উঃ প্ৰমত্ত সিংহ

৯) চিলাৰায়ে প্ৰথম কিমান চনত আহোম ৰাজ্য আক্ৰমণ কৰিছিল?
উঃ ১৫৪৬

১০) মূলাগাভৰুৰ স্বামীৰ নাম কি আছিল?
উঃ ফ্ৰাচেংমুং বৰগোঁ‌হাই।

Share This Post →

Copyright (c) 2020 axomiyagk All Right Reserved

Powered By Blogger |   Design By Seo Blogger Templates Published.. Blogger Templates
DMCA.com