Search

Monday, November 4, 2019

Asaam history 4

১) কাৰ বিৰুদ্ধে যুঁ‌জি মূলাগাভৰুৱে মৃত্যুবৰণ কৰিছিল?
  ক) টুৰ্বক
  খ) মিৰ জুমলা
  গ) ৰাম সিংহ
  ঘ) গিয়াছুদ্দিন
উঃ  ক) টুৰ্বক

২) কাছাৰৰ পুৰণি নাম কি আছিল?
  ক) দিছপুৰ
  খ) মাইবং
  গ) নাৰায়ণপুৰ
  ঘ) হিডিম্বা
উঃ ঘ) হিডিম্বা

৩) ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথম অসমীয়া কোন আছিল?
  ক) কুশল কোঁ‌ৱৰ
  খ) মণিৰাম দেৱান
  গ) গোমধৰ কোঁ‌ৱৰ
  ঘ) পিয়লি ফুকন
উঃ গ) গোমধৰ কোঁ‌ৱৰ

৪) জয়দল কোনে নিৰ্মাণ কৰিছিল?
  ক) ৰুদ্ৰ সিংহ
  খ) গদাপাণি
  গ) শিৱ সিংহ
  ঘ) জয়ধ্বজ সিংহ
উঃ ক) ৰুদ্ৰ সিংহ

৫)আহোম সাম্ৰাজ্যৰ প্ৰথম বৰবৰুৱা কোন আছিল?
  ক) লাচিত
  খ) বদন চন্দ্ৰ
  গ) কীৰ্তি চন্দ্ৰ
   ঘ) মোমাই তামুলী
উঃ ঘ) মোমাই তামুলী

৬) কোনজন মোগল জেনেৰেলে আহোম ৰাজ্য আক্ৰমণ কৰিছিল আৰু গড়গাঁও দখল কৰিছিল?
  ক) টুৰ্বক
  খ)  মিৰ জুমলা
  গ) ৰাম সিংহ
  ঘ) আবু বাকৰ
উঃ  খ)  মিৰ জুমলা

৭) হস্তী বিদ্যাৰ্ণৱ কোনে ৰচনা কৰিছিল?
  ক) সুকুমাৰ বৰকাইথ
  খ) কালিদাস
  গ) মাধৱ কন্দলী
  ঘ) ৰাম সৰস্বতী
উঃ  ক) সুকুমাৰ বৰকাইথ

৮) কোনজন ৰজাৰ শাসন কালত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল?
  ক) ৰুদ্ৰ সিংহ
  খ) প্ৰমত্ত সিংহ
  গ) লক্ষ্মী সিংহ
  ঘ) পুৰন্দৰ সিংহ
উঃ গ) লক্ষ্মী সিংহ

৯) গদাধৰ সিংহৰ আহোম নাম কি আছিল?
  ক) চুপাটফা
  খ) চুলিকফা
  গ) চুবিনফা
  ঘ) চুতুফা
উঃ ক) চুপাটফা

১০) চুটীয়া বংশৰ শেষ ৰজা জন কোন আছিল?
   ক) বীৰপাল
   খ) ইন্দ্ৰপাল
   গ) নীতিপাল
   ঘ) ধৰ্মধ্বজপাল
উঃ গ) নীতিপাল

Share This Post →

Copyright (c) 2020 axomiyagk All Right Reserved

Powered By Blogger |   Design By Seo Blogger Templates Published.. Blogger Templates
DMCA.com