১) ভাৰতলৈ অহা প্ৰথম চীনা পৰিব্ৰাজক কোন?
ক) ফা-হিন
খ) হিউৱেন চাঙ
গ) আই জিং
ঘ) মেগাস্থিনিচ
উঃ ক) ফা-হিন
২) দক্ষিণ মেৰু কোনে আৱিষ্কাৰ কৰিছিল?
ক) কলম্বাচ
খ) ৰবাৰ্ট এডৱিন পেৰী
গ) ৰোল্ড এমাণ্ডচেন
ঘ) ভাস্কো ডি গামা
উঃ গ) ৰোল্ড এমাণ্ডচেন
৩) উত্তৰ মেৰু কোনে আৱিষ্কাৰ কৰিছিল?
ক) কলম্বাচ
খ) ৰবাৰ্ট এডৱিন পেৰী
গ) ৰোল্ড এমাণ্ডচেন
ঘ) ভাস্কো ডি গামা
উঃ খ) ৰবাৰ্ট এডৱিন পেৰী
৪) পৃথিৱীৰ গভীৰতম হ্ৰদ টোৰ নাম কি?
ক) কাস্পিয়ান সাগৰ
খ) ভিক্তোৰিয়া
গ) এলবাৰ্ট
ঘ) বৈকাল
উঃ ঘ) বৈকাল
৫) 'গীত-গোবিন্দ' ৰ লেখক কোন?
ক) কৌটিল্য
খ) পানিনি
গ) জয়দেৱ
ঘ) কালিদাস
উঃ গ) জয়দেৱ
৬) ভাৰতৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন?
ক) হীৰালাল জে. কানিয়া
খ) ৰঞ্জন গগৈ
গ) কমল নাৰায়ণ সিং
ঘ) সুধি ৰঞ্জন দাস
উঃ ক) হীৰালাল জে. কানিয়া
৭) লক্ষদ্বীপ কোনখন সাগৰত অৱস্থিত?
ক) আৰৱ সাগৰ
খ) বঙ্গোপ সাগৰ
গ) কাস্পিয়ান সাগৰ
ঘ) মান্নাৰ উপসাগৰ
উঃ ক) আৰৱ সাগৰ
৮) পৃথিৱীৰ আটাইতকৈ দিঘল নদী কোনখন?
ক) এমাজন
খ) ব্ৰহ্মপুত্ৰ
গ) মিচিচিপি
ঘ) নীল
উঃ ঘ) নীল
৯) তলত দিয়া কোনখন পৃথিৱীৰ ভিতৰত উচ্চতম মালভূমি?
ক) ক'ল'ৰাডো
খ) পামিৰ
গ) পাটাগনিয়া
ঘ) পটোৱাৰ
উঃ খ) পামিৰ
১০) কোনখন চহৰত স্বৰ্ণ মন্দিৰ অৱস্থিত?
ক) উদয়পুৰ
খ) অমৃতসৰ
গ) লুধিয়ানা
ঘ) মদুৰাই
উঃ খ) অমৃতসৰ
ক) ফা-হিন
খ) হিউৱেন চাঙ
গ) আই জিং
ঘ) মেগাস্থিনিচ
উঃ ক) ফা-হিন
২) দক্ষিণ মেৰু কোনে আৱিষ্কাৰ কৰিছিল?
ক) কলম্বাচ
খ) ৰবাৰ্ট এডৱিন পেৰী
গ) ৰোল্ড এমাণ্ডচেন
ঘ) ভাস্কো ডি গামা
উঃ গ) ৰোল্ড এমাণ্ডচেন
৩) উত্তৰ মেৰু কোনে আৱিষ্কাৰ কৰিছিল?
ক) কলম্বাচ
খ) ৰবাৰ্ট এডৱিন পেৰী
গ) ৰোল্ড এমাণ্ডচেন
ঘ) ভাস্কো ডি গামা
উঃ খ) ৰবাৰ্ট এডৱিন পেৰী
৪) পৃথিৱীৰ গভীৰতম হ্ৰদ টোৰ নাম কি?
ক) কাস্পিয়ান সাগৰ
খ) ভিক্তোৰিয়া
গ) এলবাৰ্ট
ঘ) বৈকাল
উঃ ঘ) বৈকাল
৫) 'গীত-গোবিন্দ' ৰ লেখক কোন?
ক) কৌটিল্য
খ) পানিনি
গ) জয়দেৱ
ঘ) কালিদাস
উঃ গ) জয়দেৱ
৬) ভাৰতৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন?
ক) হীৰালাল জে. কানিয়া
খ) ৰঞ্জন গগৈ
গ) কমল নাৰায়ণ সিং
ঘ) সুধি ৰঞ্জন দাস
উঃ ক) হীৰালাল জে. কানিয়া
৭) লক্ষদ্বীপ কোনখন সাগৰত অৱস্থিত?
ক) আৰৱ সাগৰ
খ) বঙ্গোপ সাগৰ
গ) কাস্পিয়ান সাগৰ
ঘ) মান্নাৰ উপসাগৰ
উঃ ক) আৰৱ সাগৰ
৮) পৃথিৱীৰ আটাইতকৈ দিঘল নদী কোনখন?
ক) এমাজন
খ) ব্ৰহ্মপুত্ৰ
গ) মিচিচিপি
ঘ) নীল
উঃ ঘ) নীল
৯) তলত দিয়া কোনখন পৃথিৱীৰ ভিতৰত উচ্চতম মালভূমি?
ক) ক'ল'ৰাডো
খ) পামিৰ
গ) পাটাগনিয়া
ঘ) পটোৱাৰ
উঃ খ) পামিৰ
১০) কোনখন চহৰত স্বৰ্ণ মন্দিৰ অৱস্থিত?
ক) উদয়পুৰ
খ) অমৃতসৰ
গ) লুধিয়ানা
ঘ) মদুৰাই
উঃ খ) অমৃতসৰ