Search

Wednesday, November 6, 2019

Indian history 4

১) পুনা সাৰ্বজনিক সভা কেতিয়া গঠন কৰা হৈছিল?
উঃ ২ এপ্ৰিল ১৮৭০।

২) জালিয়ানাবাগ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল)
উঃ ১৩ এপ্ৰিল ১৯১৯।

৩) চিপাহী বিদ্ৰোহ কিমান চনত আৰম্ভ হৈছিল?
উঃ ১৮৫৭ ।

৪) ইতিহাসৰ পিতৃ বুলি কাক কোৱা হয়?
উঃ হেৰ'ডটাচ।

৫) পানিপটৰ তৃতীয় যুদ্ধ কেতিয়া হৈছিল?
উঃ ১৭৬১ চনত।

৬) কিতাব-উল-হিন্দ কোনে লিখিছিল?
উঃ এলবেৰুণী।

৭) বীৰবলৰ প্ৰকৃত নাম কি আছিল?
উঃ মহেশদাস।

৮) ভাৰতৰ ৰাজধানী কেতিয়া কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰা হয়?
উঃ ১৯১১ চনত।

১০) তৰাইনৰ প্ৰথম যুদ্ধ কিমান চনত হৈছিল?
উঃ ১১৯১ ।


Share This Post →

Copyright (c) 2020 axomiyagk All Right Reserved

Powered By Blogger |   Design By Seo Blogger Templates Published.. Blogger Templates
DMCA.com