১) মিৰ জুমলাই কিমান খ্ৰীষ্টাব্দত আহোম ৰাজ্য আক্ৰমণ কৰিছিল ?
উঃ ১৬৬২ ।
২) খেন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল ?
উঃ নীলধ্বজ খেন ।
৩) অসমৰ প্ৰথম ব্ৰিটিছ কমিছনাৰ কোন আছিল?
উঃ ডেবিড স্কট ।
৪) চুতীয়া ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত আছিল ?
উঃ স্বৰ্ণগিৰি ।
৫) কিমান চনত আসাম এছ'চিয়েচন (Assam association) গঠন কৰা হৈছিল ?
উঃ ১৯০৩ চনত ।
৬) অসমত প্ৰথম মুছলিম আক্ৰমণ কাৰ নেতৃত্বত হৈছিল ?
উঃ মহম্মদ বিন বখতিয়াৰ ।
৭) ইটাখুলিৰ ৰণ কিমান চনত হৈছিল ?
উঃ ১৬৮২ ।
৮) তেজপুৰৰ হজৰাপুখুৰী কোনজন ৰজাই খন্দাইছিল ?
উঃ হজৰাবৰ্মণ ।
৯) কোচ ৰজা নৰনাৰায়ণে কিমান চনত আহোম ৰাজ্য আক্ৰমণ কৰিছিল ?
উঃ ১৫৬২ ।
১০) কোনজন ৰজাক মহাৰাজাধিৰাজ নামেৰে জনা যায় ?
উঃ পুষ্যবৰ্মন ।