Search

Monday, November 4, 2019

Indian history 2

১) আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল?
    ক) স্বামী বিবেকানন্দ
    খ) স্বামী দয়ানন্দ সৰস্বতী
    গ) ৰাজা ৰাম মোহন ৰায়
    ঘ) কেশৱ চন্দ্ৰ চেন
উঃ খ) স্বামী দয়ানন্দ সৰস্বতী

২) ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন?
   ক) স্বামী দয়ানন্দ সৰস্বতী
   খ) স্বামী বিবেকানন্দ
   গ) কেশৱ চন্দ্ৰ চেন
   ঘ) ৰাজা ৰাম মোহন ৰায়
উঃ   ঘ) ৰাজা ৰাম মোহন ৰায়

৩) ভাৰতৰ কোনজন গৱৰ্ণৰ জেনেৰেলৰ দিনত ডাক প্ৰথা আৰম্ভ হৈছিল?
   ক) ৰবাৰ্ট ক্লীৱ
   খ) লৰ্ড কাৰ্জন
   গ) লৰ্ড ডেলহাউচি
   ঘ) লৰ্ড ৱাৰেন হাষ্টিংচ
উঃ গ) লৰ্ড ডেলহাউচি

৪) পানিপটৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল?
   ক) ১৫২৬
   খ) ১৫২০
   গ) ১৫৭৬
   ঘ) ১৫৩২
উঃ   ক) ১৫২৬

৫) বংগ বিভাজন কিমান চনত হৈছিল?
  ক) ১৯০০
  খ) ১৯০৫
  গ) ১৯১০
  ঘ) ১৯১৫
উঃ খ) ১৯০৫

৬) তলৰ কোনজন বেঙ্গলৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল?
   ক) উইলিয়াম বেন্টিংক
   খ) ৱাৰেন হাষ্টিংচ
   গ) ৰবাৰ্ট ক্লীৱ
   ঘ) ৱেলেজলি
উঃ  খ) ৱাৰেন হাষ্টিংচ


৭) ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল কোন আছিল?
   ক) উইলিয়াম বেন্টিংক
   খ) ৱাৰেন হাষ্টিংচ
   গ) ৰবাৰ্ট ক্লীৱ
   ঘ) ৱেলেজলি
উঃ ক) উইলিয়াম বেন্টিংক

৮) ভাৰতীয় জাতীয় কংগ্ৰেছ কিমান চনত গঠন হৈছিল?
   ক) ১৭৮৫
   খ) ১৮২০
   গ) ১৮৫৬
   ঘ) ১৮৮৫
উঃ  ঘ) ১৮৮৫

৯) আকবৰ নামা কোনে লিখিছিল?
  ক) আকবৰ
  খ) আবুল ফজল
  গ) শেখ মোবাৰক
  ঘ) গুলবদন বেগম
উঃ খ) আবুল ফজল

১০) ৰামচৰিত মানস কোনে ৰচনা কৰিছিল?
    ক) কালিদাস
    খ) তুলসীদাস
    গ) কবীৰ
    ঘ) সুৰদাস
উঃ   খ) তুলসীদাস

Share This Post →

Copyright (c) 2020 axomiyagk All Right Reserved

Powered By Blogger |   Design By Seo Blogger Templates Published.. Blogger Templates
DMCA.com